অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Apr 2019

চেপন কলেজত শিক্ষকৰ চাকৰি: Job Opportunity at Sepon College

Job Opportunity at Sepon College

ডিব্ৰুগড়ৰ চেপনত থকা চেপন মহাবিদ্যালয়ৰ বাবে শিক্ষকৰ প্ৰয়োজন । ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা তলত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন বিচৰা হৈছে।

Job Opportunity at Sepon College

পদৰ বিবৰণ (Details of Posts):
1. English - 1টা
2. Education - 1টা
3. Physics - 1টা
4. Mathematics - 1টা

Job Opportunity at Sepon College

শিক্ষাগত অৰ্হতা (Educational qualification):
পদসমূহৰ বাবে পাৰ্থীৰ অৰ্হতা UGC ৰ নিয়ম মতে হব লাগিব আৰু NET/ STET/ MPhil(10/07/2009 ৰ আগৰ ).

দৰমহা (Salary):
10,000+

Job Opportunity at Sepon College

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক পাৰ্থীয়ে HSLC ৰ পৰা ডকুমেন্টসহ আৰু সম্পূৰ্ণ বায়'ডাটাসহ  05/05/2019 তাৰিখৰ ভিতৰত তলত দিয়া ঠিকনাত আবেদন কৰিব পাৰে।
Principal,
Sepon College,
Sepon Gagaripool,
Dibrugarh, Assam.
Ph - 6000619724
Email- seponcollege@gmail.com