অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Apr 2019

গ্ৰীন ফিল্ড কলেজ, ধুবুৰীত শিক্ষক/অনাশিক্ষকৰ চাকৰি: Job at Green Field College, Dhubri

Job at Green Field College, Dhubri

ধুবুৰীৰ গ্ৰীন ফিল্ড মহাবিদ্যালয়ত বিভিন্ন শিক্ষক আৰু অনাশিক্ষকৰ প্ৰয়োজন।  ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা তলত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন বিচৰা হৈছে।

Job at Green Field College, Dhubri

পদৰ বিবৰণ (Details of Posts):

A. এচিছটেন্ট প্ৰফেছৰ পদ
1. Chemistry - 1 টা
2. Botany - 2 টা
3. Physics - 1 টা
4. Mathematics - 1 টা
5. Zoology - 2 টা
6. Pol Science -  1 টা
7. Assamese - 1 টা
8. Education - 1 টা
9. Philosophy - 1 টা

শিক্ষাগত অৰ্হতা (Educational qualification):
পদসমূহৰ বাবে পাৰ্থীৰ অৰ্হতা শেহতীয়া UGC ৰ নিয়ম মতে হব লাগিব। অভিজ্ঞতা থকা পাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

Job at Green Field College, Dhubri

B. অনাশিক্ষকৰ পদ
1. LDA - 1 টা
2. Office Bearer - 1 টা

শিক্ষাগত অৰ্হতা (Educational qualification):
1. LDA - HSS with BCA
2. Office Bearer - মেট্ৰিক পাছ। লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

Job at Green Field College, Dhubri

দৰমহা (Salary):
পাৰ্থী সমূহক ঠিকাভিত্তিক নিযুক্তি দিয়া হব আৰু উপযুক্ত দৰমহা দিয়া হব।

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক পাৰ্থীয়ে HSLC ৰ পৰা সম্পূৰ্ণ ডকুমেন্ট আৰু বায়'ডাটাসহ  বিজ্ঞাপন প্ৰকাশ পোৱাৰ 10  দিনৰ ভিতৰত তলত দিয়া ঠিকনাত ইমেইল যোগেদি আবেদন কৰিব পাৰে।
ইমেইল: gfc2010@gmail.com

সবিশেষৰ বাবে 7002761497 নম্বৰত যোগাযোগ কৰিব পাৰে।