অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Apr 2019

দীনদয়াল উপাধ্যায় নেচনেল ইনষ্টিটিউটত শিক্ষকৰ চাকৰি: Job at Dindayal Upadhyaya National Institute

Job at Dindayal Upadhyai National Institute
Job at Dindayal Upadhyaya National Institute

ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ নতুন দিল্লীত অৱস্থিত দীনদয়াল উপাধ্যায় নেচনেল ইনষ্টিটিউট ফৰ পাৰ্ছনছ উইথ ডিছএবিলিটিছত শিক্ষক সহ বিভিন্ন বৰ্গৰ পদৰ বাবে  পাৰ্থীৰ আৱশ্যক Social Justice and Empowerment মন্ত্ৰালয়ৰ অধীনস্থ উক্ত শিক্ষানুষ্ঠান খনত তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে

পদৰ বিবৰণ:

পদৰ নাম:
1. Associate Professor (P&O) - 1টা
2. Lecturer (P&O) - 2টা
3. Senior Physiotherapist - 1টা
4. Librarian - 1টা
5. Research Officer - 1টা
6. Demonstrator ( বিভিন্ন ) - 4টা
7. Occupational Therapist - 1টা
8. Physiotherapist - 1টা
9. Limb Maker - 1টা
10. Caliper Maker - 1টা
11. LDC - 5টা
12. Staff Car Driver - 1টা
13. MTS - 3টা

শিক্ষাগত অৰ্হতা আৰু প্ৰয়োজনীয় অভিজ্ঞতা: বিভিন্ন পদৰ বাবে বিভিন্ন

আবেদন মাচুল: Rs.500/- for General category, Rs. 300/-for OBC category and Rs.125/- for candidates belonging to SC & ST Category drawn in favour of “Director, PDUNIPPD payable at Delhi."
PWD পাৰ্থী সকলে কোনো ধৰণৰ Fees দিব নালাগে

দৰমহা: বিভিন্ন পদৰ বাবে বিভিন্ন

বয়স: নূন্যতম বয়স 18 বছৰ

কেনেকৈ আবেদন কৰিব: ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীয়ে Online যোগে আবেদন কৰিব লাগিব

আবেদনৰ অন্তিম তাৰিখ: 7 মে, 2019

সম্পূৰ্ণ বিজ্ঞাপন চাওক: CLICK HERE
অনলাইন আবেদন লিংক: Click Here