অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Apr 2019

GNRC হস্পিতালত ষ্টাফ নাৰ্ছৰ প্ৰয়োজন: Staff Nurse Needed in GNRC hospital

Staff Nurse Job  in GNRC hospital

গুৱাহাটী নিউৰ'লজিকেল ৰিচাৰ্ছ চেন্টাৰ চমুকৈ জি.এন.আৰ.চি. হস্পিতালত প্ৰয়োজন হোৱা ষ্টাফ নাৰ্ছৰ বাবে অহা 29/04/2019 তাৰিখত সাক্ষাৎকাৰ অনুষ্ঠিত হব।
ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থী সকলে তলত উল্লেখ কৰা সময় আৰু ঠিকনাত সেইদিনা সাক্ষাৎকাৰ ত অৱতীৰ্ণ হব পাৰে।
Staff Nurse Job  in GNRC hospital

প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা:
GNM/ B.Sc. Nursing/ M.Sc. Nursing

সাক্ষাৎকাৰৰ সময়:
তাৰিখ: 29/04/2019
সময়: 11 am

Staff Nurse Job  in GNRC hospital

সাক্ষাৎকাৰৰ ঠাই:
GNRC Medical, North Guwahati Campus

সবিশেষৰ বাবে যোগাযোগ কৰিব পাৰে:
Ph: 70358 73602