অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

16 Apr 2019

ইন্দিৰা গান্ধী পাৰমাণৱিক গৱেষণা কেন্দ্ৰত 130 পদ খালী: Job Opportunity at Indira Gandhi Center for Atomic Research

Job Opportunity at Indira Gandhi Center for Atomic Research
Job Opportunity at Indira Gandhi Center for Atomic Research 
Last Date: 24/04/2019

ইন্দিৰা
গান্ধী পাৰমাণৱিক গৱেষণা কেন্দ্ৰত খালী হোৱা ট্ৰেড এপ্ৰেনটিচ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন পাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

পদৰ বিবৰণ ( Details of Posts):

পদৰ নাম (Name of the Posts): ট্ৰেড এপ্ৰেনটিচ ( ফিঢাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেকট্ৰিছিয়ান, ৱেল্ডাৰ, প্লাম্বাৰ, কাৰ্পেণটাৰ, ড্ৰাফটমেন ইত্যাদি)

পদৰ সংখ্যা (No. of Posts): 130 টা

শৈক্ষিক অৰ্হতা (Educational qualification):
আবেদনকাৰী মেট্ৰিক বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব লগতে নিদিষ্ট ট্ৰেডত আই টি আই প্ৰমাণপত্ৰধাৰী হব লাগিব

বয়সৰ সীমা(Age Limit):
আবেদনকাৰীৰ বয়স 24/04/2019 তাৰিখত 16 পৰা 22 বছৰৰ ভিতৰত হব লাগিব অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ পাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চ সীমা ৰেহাইৰ সুবিধা পাব

আবেদন মাচুল (Application Fees):
পাৰ্থীয়ে আবেদন মাচুল দিব নালাগে

কেনেকৈ আবেদন কৰিব (How to Apply):
আগ্ৰহী অৰ্হতা থকা পাৰ্থীয়ে অহা 24/04/2019 তাৰিখৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব লাগিব

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: Click Here
আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক: Click Here